প্ৰশ্ন: আলী আই লিগাং উৎসৱ কোনে পালন কৰে?
(A) বড়ো
(B) মিছিং
(C) ৰাভা
(D) দেওৰী
(B) মিছিং
অসমৰ মিছিং সম্প্ৰদায়ে প্ৰতি বছৰে অসমীয়া কেলেণ্ডাৰত ফাগুন মাহৰ প্ৰথম বুধবাৰ আৰু ইংৰাজী কেলেণ্ডাৰত ফেব্ৰুৱাৰী মাহত বসন্ত উৎসৱ হিচাপে আলী আই লিগাং উৎসৱ পালন কৰে।