প্ৰশ্ন: ছালুভা বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
(A) তিৰুমাল নৰসিংহ
(B) ছালুভা নৰসিংহ
(C) বীৰা নৰসিংহ
(D) ইম্মাদি নৰসিংহ
(B) ছালুভা নৰসিংহ
ছালুভা নৰসিংহ (১৪৮৬-৯১ খ্ৰীষ্টাব্দ) আছিল ছালুভা বংশৰ প্ৰতিষ্ঠাপক। আনহাতে ইম্মাদি নৰসিংহ (১৪৯১-১৫০৫ খ্ৰীষ্টাব্দ) আছিল ছালুভা বংশৰ শেষ শাসক।