Show/Hide Button with Clickable Paragraphs প্ৰশ্ন: অলিম্পিকৰ পতাকাত কোনটো ৰং নাই? (A) ৰঙা (B) সেউজীয়া (C) হালধীয়া (D) বেঙুনীয়া Show/Hide Answer (D) বেঙুনীয়া অলিম্পিকৰ পতাকা নীলা, হালধীয়া, ক’লা, সেউজীয়া আৰু ৰঙা ৰংৰে গঠিত।