প্ৰশ্ন: ১৯৪৭ চনত স্বাধীনতাৰ পূৰ্বে অসমৰ কিমানখন জিলা আছিল?
(A) ১০
(B) ১১
(C) ১৫
(D) ১৩
(D) ১৩
১৯৪৭ চনত স্বাধীনতাৰ পূৰ্বে অসমত ১৩খন জিলা আছিল। এই জিলাসমূহ আছিল কাছাৰ, গোৱালপাৰা, দৰং, কামৰূপ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, জয়ন্তিয়া পৰগনা, গাৰো পাহাৰ, লুছাই পাহাৰ, নগা পাহাৰ, চিলেট, আৰু নেফা।